September 30, 2024 11:55 AM
21
কংগ্ৰেছৰ সভাপতি মল্লিজার্জুন খাৰ্গেৰ স্বাস্থ্যৰ বুজ ল’লে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ সভাপতি মল্লিজার্জুন খাৰ্গেৰ স্বাস্থ্যৰ বুজ লোৱা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত এখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি থকাৰ সময়ত শ্ৰীখাৰ্গে অসুস্থ হৈ পৰিছিল । ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা আয়োজিত এখন নিৰ্বাচনী ৰেলীত সমবেত জনতাক সম্বোধন কৰি থকাৰ সময়ত মঞ্চত তেওঁ অসুস্থ হৈ পৰে। সভাৰ অন্তত অসুস্থতাৰ কাৰণ জানিবলৈ কংগ্ৰেছৰ সভাপতিগৰাকীৰ প্ৰাথমিক স্বাস্থ্যজনিত ...