August 13, 2025 9:45 PM
আকাশবাণীত অহা ৩১ আগষ্টত প্ৰধানমন্ত্ৰীৰ ১২৫সংখ্যক ‘মন কী বাত’ অনুষ্ঠান
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ ১২৫ সংখ্যক খণ্ড। জনসাধাৰণে ১...