October 12, 2024 11:38 AM

views 31

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে আলোচনা হোৱা বুলি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৰ দাবীক অগ্ৰাহ্য ভাৰতৰ

ভাৰতে লাও গণতান্ত্রিক গণৰাজ্যৰ ৰাজধানী ভিয়েনটাইনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হোৱা বুলি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোই কৰা দাবীক অগ্ৰাহ্য কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দুয়োগৰাকী নেতাৰ মাজত কোনো ধৰণৰ গভীৰ আলোচনা হোৱা নাই । ভাৰতে কানাডাত অব্যাহত থকা খালিস্তানী গতিবিধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু হিংসা, সন্ত্ৰাসবাদ আৰু উগ্রবাদৰ প্ৰসাৰৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে কানাডাৰ সৈতে থকা নিজৰ সম্পৰ্কক সন্মান কৰে যদিও ...