October 4, 2024 6:31 PM
12
মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া, বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত প্ৰধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে, আমাৰ চৰকাৰে ভাৰতৰ চহকী ঐতিহ্য আৰু সংস্কৃতিক সমন্বয়ৰ দোলেৰে বান্ধি স্বীকৃতি দি আহিছে। তেওঁ কয় যে, আঞ্চলিক ভাষাসমূহক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও ই প্ৰমাণ কৰে। এই ভাষাসমূহে আমাৰ সাংস্কৃতিক বিচিত্ৰতাক প্ৰদৰ্শন কৰি আহিছে বুলিও তেওঁ কয়। প্রধানমন্ত্ৰীয়ে কয় যে, কেন্দ্রীয় কেবি...