December 21, 2024 11:48 AM

views 12

দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কুৱেইটলৈ যাত্ৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ যাব। কুৱেইটৰ আমিৰ শ্বেখ মেছল অল আহমেদ অল জাবেৰ অল চাবাহৰ আমন্ত্ৰণ মৰ্মে তেওঁ দেশখনলৈ যাব। এই ভ্রমণ কালত প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। আজি তেওঁ দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। কুৱেটৰ আমিৰৰ বিশেষ অতিথি হিচাপে তেওঁ লগতে আৰৱীয় উপকূলীয় কাপৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। কাইলৈ প্ৰধানমন্ত্রী মোদীক দেশখনৰ বায়ান পেলেচত আয়োজিত এটা বিশেষ অনুষ্ঠানত আনুষ্ঠানিক অভর্থনা জনোৱা হ'ব। ইয়াৰ পা...