February 27, 2025 8:13 PM

views 12

মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দিছে। শ্ৰী মোদীয়ে কয়, যে এইবাৰৰ মহাকুম্ভ ১৪৪ বছৰ পাছত অনুষ্ঠিত হৈছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন দিশ সূচনাৰ বাৰ্তা বহন কৰিছে। তেওঁ কয়, যে এই বাৰ্তা হৈছে বিকশিত ভাৰতৰ বাৰ্তা। প্রধানমন্ত্রী মোদীয়ে মহাকুম্ভক একতাৰ মহাযজ্ঞ বুলি অভিহিত কৰে। তেওঁ কয়, যে নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গ...