August 13, 2025 12:14 PM
14
বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন
দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বৈদেশিক চাপৰ পৰিপ্ৰেক্ষিততো বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত কালি কৃষক সংগঠনৰ নেতা আৰু কৃষকৰ এটা বৃহৎ দলে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিংহ চৌহানৰ সৈতে বৈঠকত মিলিত হৈ কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে লোৱা নিৰ্ণায়ক পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা আৰু সমৰ্থন প্ৰকাশ কৰে। এই বৈঠকৰ সময়ত শ্ৰীচৌহানে কয়, যে চৰকাৰে শীঘ্ৰেই ভুৱা সাৰ আৰু ৰাসায়নিক পদাৰ্থ উৎপাদনকাৰীসকলৰ বিৰুদ্ধে ন...