October 2, 2025 8:51 PM

views 17

দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা

● নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত আজি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ আৰু খাদী গ্রামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাই দিয়া হ'ব। আজি আৰম্ভ হোৱা আৰু অহা ৫ নবেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ-২০২৫লৈ এই ৰেহাই ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন...

October 6, 2024 11:24 AM

views 10

বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে খাদী ইণ্ডিয়াক প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কালি খাদী ইণ্ডিয়াক বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে অভিনন্দন জনাইছে। গান্ধী জয়ন্তী উপলক্ষে নতুন দিল্লীৰ খাদী ভৱনত মাত্ৰ এদিনতে দুই কোটি ১ লাখ ৩৭ হাজাৰ টকাৰ সামগ্ৰী বিক্ৰী হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে এই কৃতিত্বক উৎসাহজনক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰি কয় যে, এই কৃতিত্বই খাদীৰ সৈতে জড়িত শিপিনীসকলকো সহায় কৰিব। ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খাদী আৰু...