January 19, 2026 12:13 PM
12
কাজিৰঙাক দেশৰ জৈৱ বৈচিত্র্যৰ অমূল্য অংগ হিচাপে অভিহিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ
প্রকৃতি আৰু ঐতিহ্য সুৰক্ষিত ৰাখি উন্নয়নৰ যাত্রা অব্যাহত ৰখাটো যে সম্ভৱ সেই কথা অসমে প্ৰমাণ কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কাজিৰঙাক দেশৰ জৈৱ বৈচিত্র্যৰ অমূল্য অংগ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ বন্যপ্ৰাণীক ৰক্ষা কৰি অসমৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ মন্তব্য কৰিছে। কাজিৰঙা এলিভেটেড কৰিড'ৰ প্ৰকল্প আৰু ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণৰ ভূমিপূজন কার্যসূচীত অংশগ্রহণ কৰি কালি প্ৰধানমন্ত্ৰীগৰাকী...