April 22, 2025 8:02 PM

views 12

দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জেদ্দাত উপস্থিত

ছৌদি আৰৱৰ দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জেদ্দাত উপস্থিত হয়গৈ। অভ্যাগত প্রধানমন্ত্ৰীগৰাকীৰ বিমান এয়াৰ ইণ্ডিয়া ৱানক ছৌদি আকাশমাগত প্ৰৱেশ কৰাৰ সময়ত ৰয়েল ছৌদি বিমান বাহিনীৰ দুখন এফ ফিফটিন যুদ্ধ বিমানে অভিবাদন জনাই আগুৱাই আনে। জেদ্দা বিমান বন্দৰত অৱতৰণৰ পাছত প্ৰধানমন্ত্রী মোদীক ২১ বাৰ টোপধ্বনিৰে আদৰণি জনোৱা হয়। ছৌদি আৰৱৰ যুৱৰাজ তথা দেশখনৰ প্রধানমন্ত্রী মহম্মদ বিন ছালমানৰ আমন্ত্ৰমৰ্মে দেশখন ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ এয়া হৈছে তৃতীয়টো ছৌদি আৰৱ ভ্রমণ। এই ভ্ৰমণৰ সময়...