October 28, 2024 8:17 PM

views 23

স্বাস্থ্য খণ্ডৰে জড়িত ১২,৮৫০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত ধনন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ১২ হাজাৰ ৮৫০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্রীয়ে লগতে ৭০ বছৰ আৰু তাতকৈ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্প্ৰসাৰিত স্বাস্থ্য সেৱাৰ সুবিধা মুকলি কৰিব। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ সৈতে অতিৰিক্তভাৱে সংযোজিত এই উদ্যমে যিকোনো উপাৰ্জনৰ জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য সেৱাৰ সুবিধাৰে সামৰি ল'ব। স্বাস্থ্য তথা আন্তঃগাথনিৰ গুৰুত...