January 10, 2026 12:03 PM

views 20

তিনিদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুজৰাট ভ্ৰমণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটলৈ যাব। এই ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে সোমনাথ স্বাভিমান পর্বকে ধৰি কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে লগতে ৰাজকোট, আহমেদাবাদ আৰু গান্ধীনগৰত কেইবাটাও উন্নয়নমূলক আৰু ৰাজনৈতিক কাৰ্যসূচীত অংশ ল'ব। উল্লেখযোগ্য যে গিৰ সোমনাথ জিলাৰ উপকুলীয় চহৰ ভেৰাভলত যোৱা বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ সোমনাথ স্বাভিমান পর্ব অনুষ্ঠিত হৈছে। ১০২৬ চনৰ জানুৱাৰীত গজনীৰ মহম্মদে প্ৰথমবাৰৰ বাবে সোমনাথ মন্দিৰত আক্ৰমণ কৰিছিল। ১৯৫১ চনত নতুনকৈ নিৰ্মাণ ...