June 19, 2025 3:21 PM

views 45

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ কৰিছে। দুয়ো দেশে কৃষি, সাংস্কৃতিক বিনিময়, বিজ্ঞান আৰু প্ৰযুক্তি তথা ক্ৰ'ৱেছিয়াৰ ৰাজধানী জাগ্রেবত ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ, আই চি চি আৰৰ এখন আসন প্ৰতিষ্ঠাৰ বাবে ৪খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়ো দেশে সামৰিক বিনিময়, যুটীয়া প্ৰশিক্ষণ আৰু ঔদ্যোগিক অংশীদাৰিত্ব বৃদ্ধিৰ বাবে দীৰ্ঘম্যাদী প্ৰতিৰক্ষা সহযোগিতা পৰিকল্পনা যুগুত কৰাৰ বাবেও সিদ্ধান্ত লৈছে। প্রধান...

June 18, 2025 7:30 PM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে ক্ৰোৱেছিয়াৰ জাগ্রেবত উপস্থিত

ক্ৰয়েছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ এটা নতুন অধ্যায় হিচাপে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে জাগ্রেবত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে দেশ দুখনৰ মাজত কৌশলগত সহযোগিতা গভীৰ কৰাৰ লগতে মূল খণ্ডসমূহত চুক্তি আৰু সাংস্কৃতিক কূটনীতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ক্ৰয়েছিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, কৃষি, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত বৃহৎ চুক্তি স্বাক্ষৰ কৰিব। বৈজ্ঞানিক সহযোগিতাৰ কাৰ্যসূচীয়ে যৌথ গৱেষণা আৰু জ্ঞানৰ বিনিম...