July 8, 2025 8:30 PM
15
ব্ৰাছিলিয়াত ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ লুলা ডা চিলভাৰ প্ৰধানমন্ত্ৰী মোদীৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ব্রাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত দেশখনৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ লুলা ডা চিলভাৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হব। এই আলোচনাত বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্রযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসম্পর্ককে ধৰি পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ে স্থান লাভ কৰিব । আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত দুদিনীয়া ব্ৰীক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...