July 18, 2025 8:38 PM

views 16

দুৰ্গাপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, প্ৰকল্প উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ দুৰ্গাপুৰত ৫ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আন কেইবাটাও প্রকল্প দেশৰ নামত উচৰ্গা কৰে। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা অধিক সূচল কৰি তোলাৰ লগতে গেছভিত্তিক পৰিবহন ব্যৱস্থা বৃদ্ধি কৰিব। উল্লেখযোগ্য যে প্রধানমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত তেল আৰু গেছভিত্তিক কেইবাটাও প্রকল্প উদ্বোধন কৰে। গেছ আ...