November 19, 2024 12:09 PM

views 14

ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁট মুকলি কৰাত ব্ৰাজিলৰ অধ্যক্ষতাৰ অধীনত লোৱা পদক্ষেপত প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁট মুকলি কৰাৰ বাবে ব্ৰাজিলৰ অধ্যক্ষতাৰ অধীনত লোৱা পদক্ষেপৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সমগ্ৰ বিশ্বৰ সহজে বিপদৰ আশংকাৰ সন্মুখীন হোৱা সম্প্রদায়সমূহৰ উন্নয়নৰ ক্ষেত্ৰত এই সমন্বিত পদক্ষেপ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। এই প্ৰচেষ্টাৰ প্ৰতি ভাৰতে সম্পূৰ্ণ সমর্থন আগবঢ়াব বুলিও প্রধানমন্ত্ৰীগৰাক...