January 19, 2026 11:58 AM

views 10

হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। এখন জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে পূৱ ভাৰতৰ উন্নয়ন গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰকাৰে অহৰহভাবে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আহিছে। মালদা আৰু হুগলীত তেওঁৰ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি কয়, যে সমগ্র পশ্চিমবংগতে আন্তঃগাঁথনি আৰু যোগাযোগ শক্তিশালী কৰি তোলাৰ বাবে ১০০ কোটি টকা ব্যয় সাপেক্ষ প্রকল্প গ্রহণ কৰা হৈছে। ৰে'লখণ্ডত বৃ...