November 21, 2024 12:27 PM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গায়েনাৰ সৰ্বোচ্চ সন্মান দা অৰ্ডাৰ অব্ এক্সিলেঞ্চ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গায়েনাৰ সৰ্বোচ্চ সন্মান দা অৰ্ডাৰ অব্ এক্সিলেঞ্চ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্রী মোদীয়ে যোৱানিশা ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেৰিটক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে তেওঁলৈ দেশখনৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ বাবে প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই জলবায়ু স্থিতিস্থাপকতা, স্বাস্থ্য সেৱা, ক্ষমতা বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আদি বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘত সহযোগিতাৰ বিষয় লৈও...