September 5, 2024 12:32 PM

views 19

ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ জৰিয়তে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকা আবণ্টন দিয়া হ'ব। ইফালে, লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ উপাদানৰ অধীনত উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে জিলাভিত্তিক মুঠ ২০ কোটি টকা আবণ্টন দিয়া হ'ব। সেই অনুসৰি ব...

September 4, 2024 12:13 PM

views 25

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ পুঁজি আবণ্টন

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ অধীনত বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকা আবণ্টন দিয়া হ'ব। ইফালে, লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ উপাদানৰ অধীনত উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে জিলাভিত্তিক মুঠ ২০ কোটি টকা আবণ্টন দিয়া হ'ব। সেই অনুসৰি ব...