March 8, 2025 7:41 PM March 8, 2025 7:41 PM
4
আন্তর্জাতিক নাৰী দিৱস উপলক্ষে নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মহিলাসকলৰ জীবন উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি বিজেপি চৰকাৰ মহিলা সৱলীকৰণৰ প্ৰতি উৎসর্গিত বুলি মন্তব্য কৰে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে গুজৰাটৰ নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত অংশ লৈ তেওঁ কয় যে ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবাঢ়িছে। চৰকাৰে প্ৰতিটো দিশত মহিলাৰ মৰ্যদা আৰু উন্নয়নৰ বাবে গুৰুত্ব প্রদান কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। মহিলাসকলে বুনিয়াদি অনাময় ব্যৱস্থাৰ সুবিধা লাভ কৰাৰ উদ্দেশ্যে চৰকাৰে দেশত হাজাৰ হাজাৰ শৌচালয় নির...