October 29, 2025 8:42 PM
30
দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুজৰাটলৈ যাত্ৰা
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্রমণকালত শ্রী মোদীয়ে কাইলৈ কেবড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঠনি আৰু উন্নয়ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিবছা মুণ্ডা জনজাতীয় বিশ্ববিদ্যালয়, রামন বৃক্ষ বাতিকা, বৈদ্যুতিক বাছ চার্জিং ডিপো আৰু ২৫খন বৈদ্যুতিক বাছৰ সেৱা অন্যতম। ইয়াৰ উপৰিও শ্রীমোদীয়ে ভাৰতৰ ৰাজকীয় সংগ্ৰহালয়, ক্রীড়া চৌহদ, শুলপানেশ্বৰ ঘাটৰ সমীপত অৱতৰণ...