September 5, 2025 6:45 PM

views 29

পৰোক্ষ কৰ ব্যৱস্থাত ৫%, ১২%, ১৮% আৰু ২৮% জি এছ টিত অনুমোদন জি এছ টি পৰিষদৰ

লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত দীপাৱলীৰ পৰাই দেশত জি এছ টি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হ'ব বুলি ঘোষণা কৰিছিল। প্রধানমন্ত্রী শ্রীমোদীয়ে অধিক কাৰ্যক্ষম আৰু নাগৰিক অনুকূল অর্থনীতি গঢ়াৰ লক্ষ্যৰে যোৱা পৰহিৰ পৰা জি এছ টি পৰিষদে সাধাৰণ মানুহৰ সুবিধাৰ অৰ্থে জি এছ টিৰ হাৰ সংস্কাৰত অনুমোদন জনায়। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থাত ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ জি এছ টিত অনুমোদন জনায়। ধঁপাত আৰু বিলাসী সামগ্ৰী আৰু নিৰ্বাচিত কিছু সামগ্ৰীৰ...

August 15, 2025 8:10 PM

views 28

দেশত জিএছটিৰ অগ্ৰগতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকপাত

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত কাৰ্যকৰী হোৱা সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটিয়ে দেশৰ অগ্ৰগতিত আগবঢ়োৱা অৱদান সন্দৰ্ভত আলোকপাত কৰে। সাধাৰণ জনতা, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে জিএছটিয়ে সকাহ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে জিএছটি পৰৱৰ্ত্তী পৰ্যায়ৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে পৰৱৰ্তী পৰ্যায়ত জিএছটিয়ে আত্মনিৰ্ভৰ ভাৰতৰ তিনিটা স্তৰ - গাঁথনিগত সংস্কাৰ, হাৰৰ উচিত মূল্...