September 15, 2025 8:40 PM

views 9

দেশৰ মহানগৰসমূহ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে দেশৰ মহানগৰসমূহ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ এটা প্ৰৱন্ধৰ সহাৰি জনাই শ্ৰীমোদীয়ে এইকথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এইবুলি উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ অহৰহ প্ৰয়াসৰ ফলত দেশৰ পথসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ উঠাৰ লগতে মহানগৰসমূহত দ্রুত বিকাশ হোৱাৰ উপৰি সেউজীয়া হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে তেঁওৰ প্ৰৱন্ধত উল্লেখ কৰিছে যে প্রধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰৰ বিকাশৰ কাৰ্যসূচীত মহানগ...