January 22, 2026 8:38 PM

views 13

প্ৰধানমন্ত্ৰী গ্রামচৰক আঁচনিৰ চতুৰ্থ সংস্কৰণৰ অধীনত ১০ হেজাৰ কিলোমিটাৰৰো অধিক পথ প্রকল্পত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্রামচৰক আঁচনিৰ চতুৰ্থ সংস্কৰণৰ অধীনত জম্মু-কাশ্মীৰ, চত্তিশগড়, উত্তৰাখণ্ড, ৰাজস্থান, হিমাচল প্রদেশ আৰু ছিকিমৰ বাবে ১০ হেজাৰ কিলোমিটাৰৰো অধিক পথ প্রকল্পত অনুমোদন জনাইছে। গ্রামোন্নয়ন মন্ত্র্যালয়ে জনোৱা অনুসৰি এই পথসমূহ নিৰ্মাণৰ লগে লগে পূর্বতে বিচ্ছিন্ন হৈ থকা প্রায় তিনি হাজাৰ ২৭০ টা বাসস্থানে সংযোগ আৰু জৰুৰীকালীন সেৱাৰ সুবিধা লাভ কৰিব। মন্ত্ৰ্যালৰ মতে এই আঁচনিৰ জৰিয়তে সংযুক্ত বাসস্থানসমূহলৈ ৬২ হাজাৰ ৫০০ কিলোমিটাৰ যিকোনো বতৰৰ বাবে উপযোগী পথৰ সংযোগ স্থাপনৰ ব্যৱস্থা গ্...