February 12, 2025 8:35 PM

views 13

যুটীয়াভাৱে ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰই আজি বিয়লি ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস যুটীয়াভাৱে মুকলি কৰে। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই চহৰখনৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে লগতে মজাৰগ্যুজ যুদ্ধ সমাধিক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈন্যসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কমলৱেলথ যুদ্ধ সমাধি আয়োগে তদাৰক কৰা এই সমাধিক্ষেত্ৰত এক হাজাৰ ৭০০ ৰো অধিক সৈনিকৰ সমাধি আছে। এই সৈনিকসকলৰ সেৱা...