September 14, 2025 11:29 AM

views 30

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিজোৰামৰ ভৈৰবী-ছাইৰাং নতুন ৰে’লপথত ৩ খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মিজোৰামৰ ভৈৰবী-ছাইৰাং নতুন ৰে'লপথত ৩ খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ লগে লগে মিজোৰাম দেশৰ ৰে’ল মানচিত্ৰত সংযুক্ত হৈছে। ছাইৰাঙৰ পৰা যোৱানিশা যাত্ৰা কৰি ৮ বাজি ১০ মিনিটত হোজাইত উপস্থিত হোৱা ৰে’লখনে চালক আৰু যাত্ৰীসকলক হোজাই ষ্টেচনত সম্ভাষণ জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে। একেদৰে নিশা গুৱাহাটীৰ পৰা যাত্ৰা কৰিবলগীয়া দৈনিক এক্সপ্ৰেছ এই ৰে’লখন স...