August 30, 2024 9:08 PM

views 10

ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে, ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে । মুম্বাইত অনুষ্ঠিত হোৱা বিশেষ গ্ল’বেল ফিনটেক ফেষ্ট ২০২৪ ত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে, ভাৰতত ফিনটেক গ্ৰহণৰ গতি আৰু পৰিসৰৰ তুলনা কৰিব নোৱাৰি। বিশ্বৰ ডিজিটেল আদান প্ৰদানৰ প্ৰায় ৫০ শতাংশ ভাৰততে হয়। প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, বিত্তীয় সেৱাৰ গণতান্ত্ৰিকৰণত ফিনটেকৰ ভূমিকা উল্লেখযোগ্য। তেওঁ কয় যে, ডিজিটেল লেনদেনে সমান্তৰাল অৰ্থনীতিৰ বিপদ হ্ৰাস কৰিছে আৰু বেংকিং ব্যৱস্থাত স্বচ্ছতা বৃদ্ধি ...