April 16, 2025 8:02 PM
ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বার্তালাপ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুবৰ সৈতে আজি টেলিফোনিক বার্তালাপত মিলিত হয়। এই বাৰ্তালাপৰ সময়ছোৱাত দুয়োগৰাকী নেতাই পৰস্পৰৰ স্বাৰ্থজড়িত বিষয়স...