February 18, 2025 8:07 PM

views 29

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৯ বছৰ সম্পূৰ্ণ

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই আজি ৯ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত এই যোজনাখন মুকলি কৰিছিল। প্ৰাকৃতিক বিপৰ্যয়ৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা খেতিয়কসকললৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিখনে নতুন কৃষি প্ৰযুক্তিৰ প্ৰসাৰৰ লগতে খেতিয়কসকলৰ আয় সুস্থিৰ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আঁচনিখনৰ সাফল্য আৰু সম্ভাৱনাৰ কথা বিবেচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই ৬৯ হাজাৰ ৫১৫ কোটিৰো অধিক টকাৰ বাজেটেৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু পুনৰগঠিত বতৰ আধাৰিত শ...