October 31, 2025 8:03 PM
26
ৰাষ্ট্ৰীয় একতা দিৱসত গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব প্ৰধানমন্ত্ৰীৰ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিয়ে। শ্রীমোদীয়ে একতাৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত একতা দিবসৰ শপত বাক্য পাঠ কৰোৱায়। এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসত দেশৰ সুৰক্ষা বাহিনীসমূহৰ শক্তি, নিয়মানুবর্তিতা আৰু বীৰত্বক প্ৰতিফলিত কৰা আকর্ষণীয় কুচকাবাজ প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ কৰে। কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী, সীমান্ত ...