April 29, 2025 6:07 PM

views 25

দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

একবিংশ শতিকাৰ প্ৰয়োজন পূৰাব পৰাকৈ চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে চৰকাৰে দেশৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ বিশ্বমানৰ শিক্ষাৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত য়ুগ্ম সন্মিলনত ভাষণ দি প্রধানমন্ত্রীয়ে এই কথা প্রকাশ কৰে। উল্লেখযোগ্য যে চৰকাৰ, শৈক্ষিক ক্ষেত্র, উদ্যোগ তথা, উদ্ভাৱনৰ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক লৈ প্ৰথমবাৰৰ বাবে যুগ্ম শীর্ষক কৌশলগত সন্মিলনৰ আয়োজন কৰা হৈছে। দেশৰ ভৱিষ্...