November 21, 2024 12:07 PM

views 13

ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেটিক সাক্ষাৎ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা দ্বিতীয় ভাৰত-কেৰীকম শীৰ্ষ সন্মিলনৰ সুযোগতে ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেটিক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে তেওঁলৈ দেশখনৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ বাবে প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই জলবায়ু স্থিতিস্থাপকতা, স্বাস্থ্য সেৱা, ক্ষমতা বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আদি বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ দিশ সন্দৰ্ভত আলোচনা কৰে । তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘত সহযোগিতাৰ বিষয় লৈও আলোচনা কৰে। শ্রীমোদীয়ে চুৰিনামৰ ৰাষ্ট্ৰপ...