August 28, 2025 12:08 PM

views 26

প্রধানমন্ত্রী জন ধন যোজনাৰ আজি ১১ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী জন ধন যোজনাই আজি ১১ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা এই যোজনা হৈছে বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় উদ্যম। সেই বছৰৰেই ২৪ আগষ্টত এই যোজনাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক দেশৰ দুখীয়া লোকসকলৰ দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ দিশ উদযাপনৰ এটা উৎসৱ হিচাপে অভিহিত কৰিছে।        প্রধানমন্ত্রী জন ধন যোজনা হৈছে এটা ৰাষ্ট্ৰীয় অভিযান যাৰ জৰিয়তে দুখীয়া লোকসকলক বিত্তীয় সহায় প্ৰদানৰ লগতে প্ৰতিটো পৰিয়াললৈ বেংকিং সেৱাৰ সুবিধা প্ৰদানৰ দিহা কৰা ...