September 11, 2025 8:23 PM
15
ডেৰাডুনত বৰষুণ আৰু ভূমিস্খনৰ ফলত হোৱা পৰিস্থিতি আৰু ক্ষয়ক্ষতিৰ পৰ্যালোচনা প্রধানমন্ত্ৰীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণ, বৰষুণ আৰু ভূমিস্খনৰ ফলত হোৱা পৰিস্থিতি আৰু ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে। পৰিস্থিতিৰ পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উত্তৰাখণ্ডলৈ ১২শ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে অঞ্চলটোৰ জনসাধাৰণৰ সহায়, সাহায্যৰ বাবে বহুমুখী প্ৰচেষ্টাৰ আহ্বান জনায়। এই প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত বাসগৃহ পুনৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতি, বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ...