November 27, 2024 7:29 AM

views 10

যিকোনো সন্ত্রাসবাদী সংগঠনক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সুৰক্ষাক প্ৰত্যাহ্বান জনোৱা যিকোনো সন্ত্রাসবাদী সংগঠনক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ ভাৰতৰ সংকল্পৰ বিষয়ে সজোৰে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত কালি সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে গণতন্ত্ৰৰ এই গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰাৰ এই দিনটোতে যে মুম্বাই সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল সেই কথাও কেতিয়াও পাহৰিব নোৱাৰে। তেওঁ এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে সং...