October 11, 2025 6:46 PM

views 24

কৃষিক্ষেত্ৰৰ দুটা উদ্যান মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, পোনপটীয়া সম্প্ৰচাৰত কৃষি মন্ত্ৰী অতুল বৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৃষি গৱেষণা প্ৰতিষ্ঠানত ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্রধানমন্ত্ৰীৰ ধন-ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযান নামৰ কৃষিক্ষেত্ৰৰ দুটা উদ্যান মুকলি কৰে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। এই আঁচনিৰ জৰিয়তে দেশৰ কৃষি খণ্ড অধিক সমৃদ্ধিশালী হ'ব বুলি শ্ৰীবৰাই আশা প্রকাশ কৰে। আজি প্রধানমন্ত্ৰীয়ে উদ্বোধন কৰা এই প্রকল্পসমূহৰ ফলত দেশৰ কেইবালাখ কৃষক উপকৃত হ'ব বু...