November 20, 2024 11:45 AM
12
চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিক ফণ্টৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
শ্রীমোদী কালি চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিক ফণ্টৰ সৈতেও বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাত ঔষধ, প্রযুক্তি, মহাকাশ আৰু বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে চিলিৰ সৈতে ভাৰতৰ বিভিন্ন খণ্ডত শক্তিশালী সম্পর্ক আছে। শ্রীমোদীয়ে চিলিত আয়ুর্বেদে জনপ্ৰিয়তা লাভ কৰাত সন্তোষ প্রকাশ কৰে। আয়ুৰ্বেদ খণ্ডতো উভয় দেশৰ মাজৰ সম্পৰ্ক ত্বৰান্বিত কৰিব পৰা যায় বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রী কালি আৰ্জেণ্টিনাৰ ৰা...