November 26, 2025 11:40 AM

views 20

চফ্ৰান বিমান ইঞ্জিন মেৰামতি গোট উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদৰ জি. এম. আৰ. আকাশক্ষেত্র আৰু ঔদ্যোগিক উদ্যানৰ চফ্ৰান বিমান ইঞ্জিন মেৰামতি গোট উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ কার্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে, এছ এ ই এছ আই হৈছে চফ্ৰানৰ অত্যাধুনিক বিমান প্রপলচন ইঞ্জিনৰ বিশেষ তদাৰক, মেৰামতি আৰু সামগ্ৰিক নিৰীক্ষণ গোট। এই গোটটো ভাৰতত গোলকীয় ইঞ্জিন মূল যন্ত্রাংশ নির্মাণ প্রতিষ্ঠানে স্থাপন কৰা প্ৰথমটো তদাৰক, মেৰামতি আৰু সামগ্ৰিক নিৰীক্ষণ গোট। এই গোটটো বিমান পৰিবহন খণ্ডত আত্মনিৰ্ভৰশীলতাৰ...