July 23, 2024 6:56 PM

views 13

কেন্দ্ৰীয় বাজেটখনে সৰ্বাত্মক বিকাশৰ লগতে এখন বিকশিত ভাৰতৰ ভেটি নিৰ্মাণ কৰাটো সুনিশ্চিত বুলি প্ৰধামন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সদনত দাখিল হোৱা কেন্দ্ৰীয় বাজেটখনে সৰ্বাত্মক বিকাশ আৰু সমাজৰ বহুতো স্তৰৰ লোকক উপকৃত কৰি এখন বিকশিত ভাৰতৰ ভেটি নিৰ্মাণ কৰাটো সুনিশ্চিত কৰিব বুলি মন্তব্য কৰিছে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনিমূলক আঁচনি ঘোষণা কৰিছে আৰু ইয়াৰ দ্বাৰা দেশত কোটি কোটি নতুন নিয়োগৰ সুবিধাৰ সৃষ্টি হ'ব। বাজেট সন্দৰ্ভত দিয়া এটা ভিডিঅ' বার্তাত প্রধানমন্ত্রীয়ে কয় যে, বাজেটে নতুন সুযোগ, শক্তি, কর্মসংস্থাপন আৰু স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিব। কেন্দ্ৰীয় পথ পৰিবহ...