October 23, 2024 6:34 PM October 23, 2024 6:34 PM
4
ব্ৰিকছ ৰাষ্ট্ৰৰ ষোড়শ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সংগঠনক পুঁজি প্ৰদানৰ বিৰুদ্ধে একগোট হৈ পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰি তোলাৰ বাবে আহ্বান জনাইছে। আজি কাজানত অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ ষোড়শ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত দিয়া ভাষণত শ্ৰী মোদীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে, এনেধৰণৰ গুৰুতৰ বিষয় এটাৰ ক্ষেত্ৰত দ্বিমত ৰখাৰ অৱকাশ নাথাকে। তেওঁ লগতে ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্ত্রাসবাদ সম্পৰ্কীয় বিবেচনাধীন বিষয় উত্থাপনৰ বাবে একগোট হৈ কাম কৰিবলৈও আহ্বান...