February 15, 2025 7:37 PM

views 19

এন ডি এ চৰকাৰে বড়ো জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে প্ৰয়াস চলাই আহিছে : প্রধানমন্ত্ৰী

কেন্দ্ৰ আৰু অসমত শাসনাধিস্থিতিত এন ডি এ চৰকাৰে বড়ো জনগোষ্ঠীৰ সৱলীকৰণ আৰু জনগোষ্ঠীটোৰ লোকসকলৰ অভিলাস পূৰণৰ বাবে নিৰলসভাৱে প্ৰয়াস চলাই আহিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। এই প্ৰচেষ্টা ইয়াতকৈও ব্যাপকৰূপত অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে। পৰহিলৈ কোকৰাঝাৰত অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত দিয়া বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্রধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে পৰহিলৈ কোকৰাঝাৰত এদিনীয়...