September 18, 2024 12:00 PM September 18, 2024 12:00 PM

views 4

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত ভিন্ন কার্যসূচী ৰূপায়ণ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালি দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমতো ভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ অংশ হিচাপে মৰিগাঁও জিলাৰ জাগীৰোডৰ ধৰমতুলত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হয়। কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ উদ্যোগত ধৰমতুলৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা অমৃত সৰোবৰৰ দুয়োপাৰে ঘাইপথ প্ৰাধিকৰণে মুঠ ৫০০ জোপা গছপুলি ৰোপণ কৰে। অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়াসকলে জনসাধাৰণক নিজৰ মাতৃ...