May 3, 2025 6:23 PM

views 29

৩১ জুলাইৰ পৰা প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৫ৰ বাবে মনোনয়ন প্রক্রিয়া মুকলি

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৫ চলিত বৰ্ষৰ ৩১ জুলাইৰ পৰা ৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত শিশুৰ বাবে মনোনয়ন প্রক্রিয়া মুকলি কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ হৈছে দেশৰ শিশুসকলৰ ব্যতিক্রমী কৃতিত্বক স্বীকৃতি দিবলৈ ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মানীয় বঁটা। সাহস, সমাজ সেৱা, পৰিবেশ, ক্রীড়া, কলা-সংস্কৃতি, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা শিশুসকলৰ এই পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যিকোনো ব্যক্তি বা প্রতিষ্ঠানে ব্যতিক্রমী কৃ...