December 26, 2024 6:38 PM
15
ভাৰত মণ্ডপমত আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। শিশুসকলক দেশৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁ লগতে এটা সমাবেশতো ভাষণ দিব। শ্ৰী মোদীয়ে শিখ ধর্মগুৰু গোবিন্দ সিঙৰ পুত্রদ্বয়ৰ সাহসিকতাৰ সোঁৱৰণত ২৬ ডিচেম্বৰৰ দিনটো বীৰ শিশু দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল। এইবাৰৰ এই দিৱসত বিকশিত ভাৰত নিৰ্মাণত যুৱ প্ৰজন্মৰ অৱদানত গুৰুত্ব আৰোপ কৰা হৈছে। অসমতো আজি বীৰ শিশু দিৱস উপলক্ষে বিভিন্ন বিদ্যালয়, শ...