June 4, 2025 8:26 PM
23
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰীৰ ৰিচাৰ্ড মাৰ্লেছৰে মত-বিনিময়
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছ আজি ভাৰত অস্ট্রেলিয়া সর্বাত্মক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মত বিনিময় কৰে। অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত শ্রীমোদীক সাক্ষাৎ কৰি সীমান্ত অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুজত নিজৰ সমৰ্থন ব্যক্ত কৰে। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, উদ্যোগিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখলতা, নতুন আৰু উদীয়মান প্ৰযুক্তিকে ধৰি মূল ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপা...