November 29, 2024 10:15 AM
17
অষ্ট্ৰেলিয়া প্ৰধানমন্ত্রী আৰু ভাৰতীয় ক্রিকেট দলক সাক্ষাতক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্তোষ প্ৰকাশ
অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্রিকেট দল আৰু দেশখনৰ প্ৰধানমন্ত্রী একাদশ ক্রিকেট দলৰ খেলুৱৈসকলক দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে সাক্ষাৎ কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন টেষ্টত বিজয় অর্জন কৰা বাবে ভাৰতীয় ক্রিকেট খেলুৱৈসকলক প্ৰশংসা কৰে। দেশখনৰ প্রধানমন্ত্ৰীগৰাকীৰ এটা পোষ্টত সঁহাৰি জনাই শ্ৰীমোদীয়ে কয়, যে ১৪০ কোটি ভাৰতীয়ই মেন ইন ব্লু অর্থাৎ ভাৰত...