April 6, 2024 8:17 PM
27
কংগ্ৰেছৰ ইস্তাহাৰ মিথ্যাচাৰৰ মালিতা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰৰ মিথ্যাচাৰৰ মালিতা বুলি উল্লেখ কৰি আজি কয় যে, তেওঁৰ চৰকাৰৰ তৃতীয় কাৰ্যকাল দূৰ নহয় আৰু বিজেপি চৰকাৰে প্ৰথম ১০০ দিনৰ ভিতৰতে দুৰ্নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজস্থানৰ পুস্কৰত আজি বিয়লি এখন নির্বাচনী সভাত ভাষণ দি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত ১০ বছৰত এই ক্ষেত্ৰত লোৱা ব্যৱস্থাসমূহ ট্ৰেইলাৰহে আছিল। এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, বৰ্তমানৰ কংগ্ৰেছৰ কোনো নীতি...