February 6, 2025 7:13 PM February 6, 2025 7:13 PM
6
ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্রধানমন্ত্ৰী মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰ সবকা সাথ সবকা বিকাশ নীতিৰে অগ্ৰসৰ হৈছে আৰু সাধাৰণ শ্ৰেণীৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সুবিধা প্ৰদান কৰিছে। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ লোকসকলৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি চলিত বিত্তীয় বৰ্ষৰ বাজেটত চামৰা উদ্যোগ, জোতাৰ ক্ষুদ্ৰ উদ্যোগকে ধৰি বিভিন্ন ক্ষুদ্ৰ খণ্ডক আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰিছে বুলি ...