October 16, 2025 9:44 AM

views 34

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্রপ্রদেশত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নন্দিয়াল জিলাৰ শ্ৰীছাইলেমত থকা শ্ৰীভ্ৰমৰম্ব মল্লিকার্জুনা স্বামী ৱৰ্লা দেৱস্থানম দৰ্শন কৰাৰ লগতে মন্দিৰটোত পূজা-অৰ্চনা কৰিব। তেওঁ জিলাখনৰ শ্ৰীশিৱাজী স্পৰ্থি কেন্দ্ৰও পৰিদৰ্শন কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুনুলনত ১৩ হাজাৰ ৪৩০ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ভালেমান উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত উদ্যোগ, শক্তি, পথ, ৰ...