November 8, 2024 8:36 PM
15
কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী মোদী
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। মহাৰাষ্ট্ৰৰ নাচিকৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ প্ৰায় ৫০ লাখ মহিলাই উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ বিনামূলীয়া সংযোগ আৰু ১ কোটি ২৫ লাখৰো অধিক পৰিয়ালে হৰ ঘৰ জল যোজনাৰ অধীনত নলযোগে বিশুদ্ধ খোৱাপানী লাভ কৰিছে। তেওঁ লগতে কয় যে ৰাজ্যখনৰ ৭ লাখৰো অধিক অৱহেলিত-বঞ্চিত লোকে বিনামূলীয়...